25 C
Guwahati
Wednesday, October 20, 2021
More

    নিশা অতুল বৰাই কৰিলে আত্মহত্যা, লিখি থৈ গ’ল ছুইচাইড নোট

    জনচক্ষুৰ অলক্ষিতে কোনো লোকে গেটত ওলমাই গ'ল চীপ লোৱা অৱস্থাত অতুল বৰাৰ প্ৰতিকৃতি

    নিশা আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত চাঞ্চল্যকৰ ঘটনা। জনচক্ষুৰ অলক্ষিতে কোনো লোকে গেটত ওলমাই গ’ল চীপ লোৱা অৱস্থাত অতুল বৰাৰ প্ৰতিকৃতি। প্ৰতিকৃতিৰ কাষতে থৈ গ’ল ছুইচাইড নোট। কেব সন্দৰ্ভত অগপ নেতা জনৰ স্থিতি দেখিয়ে কোনো লোকে এই কাম কৰাৰ সন্দেহ।

    এই ঘটনাৰ পিছতে অগপৰ কাৰ্যালয়ত চিআৰপিএফ মোতায়েন কৰা হৈছে। উল্লেখ্য যে অসম আন্দোলনৰ সময়ত এই নেতা সকলেই আগভাগ লৈছিল বহিৰাগতৰ বিৰুদ্ধে আৰু এতিয়া নিজৰ ক্ষমতা বজাই ৰখাৰ বাবে সেই বহিৰাগতক নিগাজি স্থান দিব লগা কেবক সমৰ্থন কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং