31 C
Guwahati
Wednesday, September 28, 2022
More

    মুম্বাইৰ পৰা গ্ৰেপ্তাৰ ২ ATM হেকাৰ, অসম আৰক্ষীৰ জালত দুই মাষ্টাৰমাইণ্ড

    গুৱাহাটীৰ বিভিন্ন স্থানৰ ATM েহক কৰি লুটিছিল ১৬ লাখ ৮৫ হাজাৰ টকা

    মহানগৰ আৰক্ষীয়ে মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰিলে ATM হেকাৰৰ দুই মাষ্টাৰমাইণ্ডক। ধৃতদ্বয়ৰ নাম আব্দুল হালেক আৰু ইদগী ইমৰাহ। লগত খালী ১০টা ATMয়ো জব্দ কৰিছে মহানগৰ আৰক্ষীয়ে।

    এটা বৃহৎ দুষ্ট চক্ৰ জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত গুৱাহাটীৰ বিভিন্ন থানাত ৰুজু হৈ আছে ৪৬টা গোচৰ। গুৱাহাটীৰ বিভিন্ন স্থানৰ ATM েহক কৰি লুটিছিল ১৬ লাখ ৮৫ হাজাৰ টকা আৰু সেই বৃহৎ পৰিমানৰ টকাখিনি উলিয়াইছিল মুম্বাইত। শুকুৰবাৰে গুৱাহাটীলৈ অনা হয় দুই হেকাৰক।

    আৰক্ষীৰ আয়ুক্তৰ সংবাদমেলত প্ৰকাশ কৰে এই কথা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং