26 C
Guwahati
Wednesday, September 28, 2022
More

    বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ, হায়দৰাবাদত মৃত্যু যুৱকজনৰ

    যুৱকজনৰ মৃতদেহ স্বগৃহলৈ লৈ আহিবলৈ বৰ্তমান অভাৱ হৈছে ধনৰ।

    হায়দৰাবাদত ৰহস্যজনকভাৱে মৃত্যু মৰিয়নীৰ চুতীয়াকাৰী গোসাঁইবাৰীৰ অজয় কল নামৰ এজন যুৱকৰ। হায়দৰাবাদৰ মিয়াপুৰ ৰোডৰ এটা কোম্পানীত সুৰক্ষাকৰ্মী ৰূপে নিয়োজিত হৈ আছিল মৃত যুৱকজন।

    যুৱকজনৰ মৃতদেহ স্বগৃহলৈ লৈ আহিবলৈ বৰ্তমান অভাৱ হৈছে ধনৰ। পৰিয়ালৰ লোকে সহায়ৰ বাবে এতিয়া আহ্বান জনাইছে ৰাজ্য চৰকাৰক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং