33 C
Guwahati
Thursday, September 29, 2022
More

    অসম-ত্ৰিপুৰাৰ সীমান্ত ছীল কৰি দিলে প্ৰশাসনে

    কেৱল অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাক হে পাৰ কৰিব সীমান্ত

    ত্ৰিপুৰাত মহামাৰীৰ ৰূপ ধৰিছে কৰ’ণা আক্ৰান্তই। অতি ক্ষীপ্ৰতাৰে কৰ’ণা ৰোগী বৃদ্ধি পোৱাৰ পিছতে বন্ধ সীমান্ত। অসম-ত্ৰিপুৰাৰ সীমান্ত ছীল কৰি দিলে প্ৰশাসনে।

    অসম-ত্ৰিপুৰাৰ সুড়াইবাৰী সীমান্ত ছীল কৰি দিলে প্ৰশাসনে। জিলা উপাযুক্তই উপস্থিত হৈ ছীল কৰিলে সীমান্ত। এতিয়াৰে পৰা কোনেও সীমান্ত পাৰ কৰিব নোৱাৰিব। ইয়াৰ ওপৰত কাঢ়া নজৰ ৰাখিব প্ৰসাশনে।

    কেৱল অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাক হে পাৰ কৰিব সীমান্ত। ট্ৰাক সমূহে মানি চলিব লাহিব নিয়ম। প্ৰতিখন ট্ৰাকত এজন ট্ৰাক চালত আৰু এজন হেণ্ডিমেন হে থাকিব পাৰিব।

    Photo Credit: Zee news

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং