30 C
Guwahati
Wednesday, October 27, 2021
More

    ১৯ জানুৱাৰীত হ’ব মাধ্যমিক টেট

    মুঠ পাঁচটা মাধ্যমত মাধ্যমিক টেট অনুষ্ঠিত হ'ব

    সর্বশিক্ষাৰ জাননী অনুসৰি ১৯ জানুৱাৰী,২০২০ত ৰাজ্যত অনুষ্ঠিত হ’ব মাধ্যমিক টেট। উল্লেখ্য যে ২২ ডিচেম্বৰত মাধ্যমিক টেট অনুষ্ঠিত হোৱাৰ কথা আছিল।

    ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৯ জানুৱাৰীলৈ পিছুৱাই দিয়া হয় মাধ্যমিক টেটৰ পৰীক্ষা। সর্বশিক্ষাৰ মিছন সঞ্চালকে মুঠ পাঁচটা মাধ্যমত মাধ্যমিক টেট অনুষ্ঠিত হ’ব বুলি সদৰী কৰিছে।

    Photo Credit: College Dekho

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং