26 C
Guwahati
Thursday, June 30, 2022
More

    মন্ত্ৰী কেশৱ মহন্তৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত, আহত ৩জন

    অৱশ্যে কেশৱ মহন্তই যাত্ৰা কৰা বাহনখনৰ কোনোধৰণৰ ক্ষতিসাধন হোৱা নাই

    নগাঁৱৰ ডিমৌত মন্ত্ৰী কেশৱ মহন্তৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত। কনভয় বাহনৰ সৈতে টাটা মোবাইলৰ সৈতে হোৱা সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই পথ দুৰ্ঘটনা।

    দুৰ্ঘটনাটোত আহত ৩ গৰাকী অসম আৰক্ষী জোৱান। অৱশ্যে কেশৱ মহন্তই যাত্ৰা কৰা বাহনখনৰ কোনোধৰণৰ ক্ষতিসাধন হোৱা নাই। বোকাখাতলৈ গৈ আছিল মন্ত্ৰীগৰাকী।

    Published:

    5 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং