12.5 C
Guwahati
Saturday, January 29, 2022
More

    অসমত বৃদ্ধি হ’বনে লকডাউন? আজি মুখ্যমন্ত্ৰীৰ সৰ্বদলীয় বৈঠক আহ্বান

    ১১ বজাত মোদীৰ 'মন কী বাত'ত মোদীয়ে ঘোষণা কৰিব পাৰে লকডাউন বৃদ্ধিৰ কথা

    ৩০ এপ্ৰিললৈকে বৃদ্ধি হ’ব পাৰে লক ডাউন!লক ডাউন বৃদ্ধি হ’লে ৪০দিনলৈ স্তব্ধ হৈ পৰিব অসম। ১৪ এপ্ৰিলৰ অসমত প্ৰথম পৰ্যায়ৰ লকডাউনৰ অন্তিম দিন।সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ জিলা সমূহক RED ZONE, YELLOW ZONE, GREEN ZONE নামেৰে তিনিটা ভাগত বিভক্ত কৰা হৈছে।প্ৰতিখন ৰাজ্যতে পৃথকে পৃথকে হ’ব বেলেগ বেলেগ নিয়ম। ১০ শতাংশ আক্ৰান্ত অঞ্চলসমূহ হ’ব RED ZONEৰ অন্তৰ্গত।

    আজি খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ’ব।এই বৈঠকতে লকডাউনৰ সন্দৰ্ভত ল’ব কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ১১ বজাত মোদীৰ ‘মন কী বাত’ত মোদীয়ে ঘোষণা কৰিব পাৰে লকডাউন বৃদ্ধিৰ কথা।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং