31 C
Guwahati
Wednesday, September 28, 2022
More

    চাহ শ্ৰমিকৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে এটা ভাল খবৰ

    অসম চাহ নিগমৰ বাগিচাসমূহৰ শ্ৰমিকসকলক ২০ শতাংশকৈ বানচ প্ৰদান কৰাৰ সিদ্ধান্ত

    অসম চৰকাৰৰ অধীনস্থ অসম চাহ নিগমৰ বাগিচাসমূহৰ শ্ৰমিকসকলৰ বাবে সুখবৰ। অসম চাহ নিগমৰ বাগিচাসমূহৰ শ্ৰমিকসকলক ২০ শতাংশকৈ বানচ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি চাহ বাগিচাৰ শ্ৰমিকৰ বাবে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং