27 C
Guwahati
Wednesday, September 22, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    আৰক্ষীক অশ্লীল গালি-গালাজ কৰা ঠিকাদাৰজন পৰিল জালত

    যান-বাহন আৰক্ষীক অশ্লীল গালি-গালাজ তথা দুৰ্ব্যহাৰ কৰা প্ৰাঞ্জল প্ৰাণ বাইলুং ওৰফে ৰাজা বাইলুং। গোৱাৰ ডনাৰ পলাৰ পৰা গোৱা আৰক্ষীয়ে আটক কৰিলে উদণ্ড ঠিকাদাৰজনক।

    অৱশেষত জালত পৰিল যোৰহাট যান-বাহন আৰক্ষীক অশ্লীল গালি-গালাজ তথা দুৰ্ব্যহাৰ কৰা প্ৰাঞ্জল প্ৰাণ বাইলুং ওৰফে ৰাজা বাইলুং। গোৱাৰ ডনাৰ পলাৰ পৰা গোৱা আৰক্ষীয়ে আটক কৰিলে উদণ্ড ঠিকাদাৰজনক।

    উল্লেখ্য যে ১৪ আগষ্টত কৰ্তব্যৰত অৱস্থাত থকা যোৰহাট যান-বাহন আৰক্ষীৰ প্ৰদীপ বুঢ়াগোহাঁই নামৰ বিষয়াজনক অশ্লীল গালি-গালাজ কৰিছিল প্ৰাঞ্জল প্ৰাণ বাইলুঙে। আৰু সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। ঘটনা সন্দৰ্ভত প্ৰাঞ্জল প্ৰাণ বাইলুঙৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল যদিও জালত পেলাব পৰা নাছিল প্ৰাঞ্জল প্ৰাণ বাইলুঙক।

    আৰু অৱশেষত যোৱা নিশা গোৱাৰ চিটা ডি গোৱা নামৰ এখন বিলাসী হোটেলত থকা অৱস্থাত প্ৰাঞ্জল প্ৰাণ বাইলুঙক আটক কৰে গোৱা আৰক্ষীয়ে। প্ৰাঞ্জল প্ৰাণ বাইলুঙক অসমলৈ আনিবৰ বাবে ইতিমধ্যে গোৱালৈ ৰাওনা হৈছে আৰক্ষীৰ এটা দল।

    Guwahati | Edited by: Akash Chetry

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    ২০২০ বৰ্ষৰ পদ্ম বঁটা ঘোষণা, অসমৰ ৫গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

    এই বৰ্ষত দেশৰ ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে দুগৰাকীকৈ মহিলাই লাভ কৰিছে পদ্ম সন্মান

    আজি বিশ্বকৰ্মা পূজা, সমগ্ৰ ৰাজ্যতে পূজাৰ ব্যস্ততা

    বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়সমূহো পুৱাৰে পৰা ব্যস্ততা দেখা গৈছে

    ডফলীৱালেৰ চিৰ বিদায়, ‘ম্যে মৰ কৰ ভি না মৰ ছকা, ঔৰ না হি জী-কৰ জী ছকতা হুঁ’

    প্ৰেম কৰাই যেন জীৱন, ৰীল লাইফ আৰু ৰীয়েল লাইফ দুয়োটাতে সফলতাৰে মোহৰ মাৰিছে প্ৰেমৰ

    সত্যৰঞ্জন বৰাৰ ‘ইছলাম আৰু কোৰাণৰ কলংকিত কথা’ শীৰ্ষক গ্ৰন্থ বন্ধ কৰাৰ দাবী অৰুণাচলত

    কেব গৃহীত হ'লে অসমৰ লগতে অৰুণাচল প্ৰদেশতো ব্যাপক প্ৰভাৱ পৰিব। কোনো অবৈধ নাগৰিকৰ বোজা গ্ৰহণ নকৰে অৰুণাচলে। চাংমা আৰু হাজংসকলক লৈয়েই সমস্যাত অৰুণাচল

    দুটা ভাগত বিভক্ত হ’ল KMSS; এফালে KMSS আনফালে কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰগতিশীল

    অখিল গগৈয়ে দিনত আন্দোলন, ৰাতি মাহেকীয়া ছিণ্ডিকেট চলায় বুলিও উল্লেখ কৰে প্ৰগতিশীলৰ নেতা সকলে

    পত্নীকে গলা টিপে খুন করল স্বামী, পাঁচদিন পর আধপোড়া হাড়গোড় উদ্ধার

    নৃশংস হত্যাকাণ্ডটি সংঘটিত হয়েছে কচুদরম থানা এলাকার দিদারখুশ চতুর্থ খণ্ড গ্রামে।

    কৃষক আন্দোলনের সমর্থনে শিলচরেও বিভিন্ন সংগঠনের বিক্ষোভ

    বিভিন্ন কৃষক সংগঠনের ঘোষণা অনুযায়ী সোমবার তাদের সমর্থনে শিলচরেও বিক্ষোভ প্রদর্শন করেন বিভিন্ন সংগঠনের কর্মকর্তারা।