25 C
Guwahati
Thursday, October 21, 2021
More

    পিয়াঁজৰ মালা পিন্ধি শীতকালীন অধিৱেশনত উপস্থিত কংগ্ৰেছ

    বিজেপিৰ 'ভাল দিন' আৰু 'মিছা প্ৰতিশ্ৰুতি'ৰ বিষয়েও প্ৰতিবাদ কৰে বিৰোধী দলটোৱে।

    পিয়াঁজৰ বৰ্ধিত মূল্যই সমগ্ৰ দেশৰ নাগৰিককে খোৱাইছে জ্বলাকলা। কোনো কোনো ঠাইত প্ৰতি কেজি ১০০ টকা দৰত উঠাত পিয়াঁজেই কিনিবলৈ এৰি দিছে মানুহে। সেই সময়তে কংগ্ৰেছৰ দলে ল’লে এক ব্যতিক্ৰমী পদক্ষেপ। কংগ্ৰেছী বিধায়কে ৰূপজ্যোতি কুৰ্মীয়েও অংশ ল’লে এই প্ৰতিবাদত।

    ইয়াৰেই প্ৰতিবাদ স্বৰূপে আজি বিধানসভাৰ শীতকালীন অধিৱেশনত কংগ্ৰেছৰ কিছু সদস্যই কৰে প্ৰতিবাদ। সদস্য সকলে পিয়াঁজৰ মালা পিন্ধি প্ৰৱেশদ্বাৰতেই নামে এই প্ৰতিবাদত । বিজেপিৰ ‘ভাল দিন’ আৰু ‘মিছা প্ৰতিশ্ৰুতি’ৰ বিষয়েও প্ৰতিবাদ কৰে বিৰোধী দলটোৱে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং