26 C
Guwahati
Wednesday, September 28, 2022
More

    আৰু এগৰাকী খেলুৱৈয়ে সুনাম কঢ়িয়াই আনিলে অসমলৈ

    ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত পদক অৰ্জন কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ক্ষুদ্ৰ পাংগিঙে। পঞ্জাৱত পদক অৰ্জনেৰে সুনাম কঢ়িয়াই ক্ষুদ্ৰ পাংগিং আজি উপস্থিত হয় ডিমৌত

    ৰাষ্ট্রীয় উশ্বু প্ৰতিযোগিতাত সফলতা লাভ কৰিলে ডিমৌৰ খেলুৱৈ। শিৱসাগৰ জিলাৰ ডিমৌৰ অতি ভিতৰুৱা অঞ্চল ভেকুৰী চাপৰিৰ ক্ষুদ্ৰ পাংগিং নামৰ খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাখনত অৰ্জন কৰে ব্ৰঞ্জৰ পদক।

    পঞ্জাৱত অনুষ্ঠিত হৈছিল ১৮তম ৰাষ্ট্ৰীয় উছু প্ৰতিযোগিতা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত পদক অৰ্জন কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ক্ষুদ্ৰ পাংগিঙে। পঞ্জাৱত পদক অৰ্জনেৰে সুনাম কঢ়িয়াই ক্ষুদ্ৰ পাংগিং আজি উপস্থিত হয় ডিমৌত। আৰু লগে লগে উশ্বু খেলুৱৈগৰাকীক উষ্ম আদৰণি জনায় ডিমৌৰ ক্ৰীড়া প্ৰেমী সকলৰ লগতে স্থানীয় ৰাইজে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং