29 C
Guwahati
Saturday, October 23, 2021
More

    Breaking : কেব বাতিলৰ দাবীত ৯ ডিচেম্বৰত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান চুতীয়া ছাত্ৰ সন্থাৰ

    বন্ধ সময়চোৱাত অত্যাৱশকীয় সেৱাসমূহ বন্ধৰ পৰা ৰেহাই

    নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই অহা ৯ ডিচেম্বৰত পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অসম বন্ধ ঘোষণা কৰিছে। উক্ত বন্ধ সময়চোৱাত অত্যাৱশকীয় সেৱাসমূহ বন্ধৰ পৰা ৰেহাই।

    Video : Time8

    আজি মৰাণত সংবাদমেল অনুষ্ঠিত কৰি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ক্ষীৰোদ শইকীয়াই অসম বন্ধৰ কথা ঘোষণা কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং