27 C
Guwahati
Friday, September 30, 2022
More

    অসমৰ ৪টা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

    ২১ অক্টোবৰত হ'ব উপ-নিৰ্বাচন আৰু ২৪ অক্টোবৰত ঘোষণা কৰিব ফলাফল। অসমৰ ৪টা সমষ্টি, অৰুণাচলৰ ১টা সমষ্টি, মেঘালয়ৰ এটা সমষ্টি আৰু ছিকিমৰ এটা সমষ্টিত হ'ব উপ-নিৰ্বাচন

    ঘোষণা হ’ল দেশৰ ১৮খন ৰাজ্যৰ উপ-নিৰ্বাচনৰ দিন। অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, ছিকিম, বিহাৰ, ছত্তীশগড়, গুজৰাট, হিমাচল প্ৰদেশ, কৰ্ণাটক, কেৰালা, মধ্য প্ৰদেশ, ওড়িশা, পুডুচেৰী, পঞ্জাৱ, ৰাজস্থান, তামিলনাডু, তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচনী আয়োগে।

    ২১ অক্টোবৰত হ’ব উপ-নিৰ্বাচন আৰু ২৪ অক্টোবৰত ঘোষণা কৰিব ফলাফল। অসমৰ ৪টা সমষ্টি, অৰুণাচলৰ ১টা সমষ্টি, মেঘালয়ৰ এটা সমষ্টি আৰু ছিকিমৰ এটা সমষ্টিত হ’ব উপ-নিৰ্বাচন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং