27 C
Guwahati
Wednesday, October 13, 2021
More

    ওৱেছিৰ উদ্দাত্ত ভাষণ, ‘মই দেশতে থাকিম, কাগজ নেদেখুৱাও, বুকু দেখুৱাই গুলি খাাম’

    মোদী-শ্বাহৰ বিৰুদ্ধে মাত মতাসকল হে প্ৰকৃত অৰ্থত পুৰুষ

    নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰোধীতাৰে AIMIMৰ সভাপতি ওৱেছিৰ উদ্দাত্ত ভাষণ। যাৰ যি ইচ্ছা কৰক, কিন্তু কোনোপধ্যেই তেওঁ কোনো ধৰণৰ কাগজ নেদেখুৱাই। ভাৰততে থাকিব জীৱনৰ অন্তিম সময়লৈকে। তেওঁৰ নামেই তেওঁৰ পৰিচয়।

    ‘মোদী-শ্বাহৰ বিৰুদ্ধে মাত মতাসকল হে প্ৰকৃত অৰ্থত পুৰুষ। মই মোৰ দেশতে থাকিম, কাগজ নেদেখুৱাও। এইবাৰ যদি কাগজ দেখুওৱাৰ কথা ওলাই তেন্তে বুকু দেখুৱাম। মাৰ বুকুতে গুলি মাৰ, কিয়নো বুকুতে আছে ভাৰত দেশৰ প্ৰতি ভালপোৱা।’ এইদৰে উদ্দাত্ত ভাষণ আগবঢ়াই আছাউদ্দিন ওৱেছিয়ে।

    Photo: @Twitter

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং