25 C
Guwahati
Wednesday, October 20, 2021
More

    পুনৰ উত্তাল দিল্লী, তিনিখনকৈ গাড়ী জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে

    দুয়োপক্ষৰ মাজত গুলিচালনাও হয় এই সংঘৰ্ষত

    নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে পুনৰ উত্তাল হৈ পৰিছে দেশৰ ৰাজধানী দিল্লী। দিল্লীৰ জাফৰাবাদত পুনৰ হিংসাৰ ঘটনা। মোজপুৰতো হিংসাত্মক ঘটনা। প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে তিনিখনকৈ বাহন। শিলাবৰ্ষণো হয় দুয়োফৈদৰ মাজত।

    দিল্লী আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘটিত হয় এই হিংসাৰ ঘটনা। দুয়োপক্ষৰ মাজত গুলিচালনাও হয় এই সংঘৰ্ষত। এই গুলিচালনাৰ ফলত এজন প্ৰতিবাদকাৰীৰ ভৰিত আৰু এজন আৰক্ষীকৰ্মীত গাত গুলি লাগে। ইয়াৰ বহিৰেও অন্য ১৫ গৰাকীলোক আঘাতপ্ৰাপ্ত হয়।

    Photo Credit: Representative Image

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং