30 C
Guwahati
Wednesday, October 27, 2021
More

    Breaking: অখিল গগৈক অনা হ’ল NIA আদালতলৈ

    ১ মাৰ্চৰ পৰা কাৰাগাৰত অনশনত বহিব অখিল গগৈ

    অখিল গগৈক অনা হ’ল NIA আদালতলৈ। NIA কৰ্টৰ চৌহদত ইনক্লাব ধ্বনি অখিলৰ সমৰ্থকৰ। ১ মাৰ্চৰ পৰা কাৰাগাৰত অনশনত বহিব অখিল।

    ছয় নং দফাৰ নামত ৰাজ্য চৰকাৰে জনসাধাৰণক আঁভুৱা ভাৰিছে বুলি মন্তব্য। অখিলৰ লগতে NIA কৰ্টলৈ আনিলে ধৈৰ্য কোঁৱৰ,বিতু সোণোৱাল,মানস কোঁৱৰক।

    Photo : Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং