28 C
Guwahati
Wednesday, October 27, 2021
More

    তেজ দিম কিন্তু অসমক চৰণীয়া পথাৰ হ’বলৈ নিদিও; AJYCPৰ অৰ্দ্ধ উলংগ প্ৰতিবাদ

    নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰে প্ৰতিবাদকাৰীয়ে

    কেবৰ বিৰুদ্ধে লখিমপুৰ নগৰৰ মুখ্য চাৰিআলিত AJYCPৰ অৰ্দ্ধ উলংগ প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। প্ৰতিজন লোকৰ ঘৰে ঘৰে আৰু গাঁৱে গাঁৱে গৈ কেবৰ বিৰুদ্ধে যুঁজত নামিব অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰে প্ৰতিবাদকাৰীয়ে।

    জাতীদ্ৰোহী সৰ্বা আৰু হিমন্তক বদনৰ আখ্যাৰে সকিয়নী প্ৰদান কৰি তেজ দি হ’লেও অসম মাতৃক চৰনীয়া পথাৰ হবলৈ নিদিয়াৰ হুংকাৰ AJYCPৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং