30 C
Guwahati
Wednesday, October 27, 2021
More

    অজন্তা নেওগৰ দেহৰক্ষীৰ কাৰ্বাইনৰ পৰা ওলাই গ’ল গুলি! তাৰপিছত ?

    অনাকাংক্ষিত পৰিস্থিতিত সকলো আতংকিত হৈ উঠে

    বিধানসভাৰ মূল প্ৰৱেশ পথত ঘটে এক অঘটন। অজন্তা নেওগৰ এগৰাকী দেহৰক্ষীৰ ভুলবশতঃ কাৰ্বাইনৰ পৰা ওলাই যায় গুলি।

    সৌভাগ্যক্ৰমে কাৰো গাত গুলি নালাগিল। গুলিয়ে টাইলচ্ত গৈ আঘাত কৰাৰ ফলত টাইলচ্ ফাটি যোৱাৰ খবৰ পোৱা গৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং