33 C
Guwahati
Wednesday, September 28, 2022
More

    উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ঘোষণা, সংবাদমেলযোগে এই ঘোষণা AIUDFৰ

    আন ৩টা সমষ্টিত AIUDF-এ প্ৰতিদ্বন্দ্বিতা নকৰে। AIUDF-এ আনুষ্ঠানিকভাৱে এই কথা জনালে

    সমাগত চাৰিটা সমষ্টিৰ উপ নিৰ্বাচন। উপ নিৰ্বাচনত AIUDF-এ চূড়ান্ত কৰিলে প্ৰাৰ্থী তালিকা। সংবাদমেলযোগে এই তালিকা ঘোষণা কৰিলে AIUDF-এ। জনীয়াত ডঃ হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে AIUDF-এ। আন ৩টা সমষ্টিত AIUDF-এ প্ৰতিদ্বন্দ্বিতা নকৰে। AIUDF-এ আনুষ্ঠানিকভাৱে এই কথা জনালে।

    ৰাতাবাৰীত AIUDFৰ ভোট বেংক থকাৰ পিছতো AIUDF-এ প্ৰাৰ্থিত্ব দিয়া নাই। ২০২১ত কংগ্ৰেছৰ লগত মিত্ৰতা হোৱাৰ সম্ভাৱনা যদিহে কংগ্ৰেছে সুস্থভাৱে আলোচনা কৰে।

    ইতিমধ্যে উপ নিৰ্বাচনৰ অসমৰ চাৰিটা সমষ্টিৰ কাৰণে বিজেপিয়ে চূড়ান্ত কৰিলে প্ৰাৰ্থী তালিকা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং