27 C
Guwahati
Thursday, March 30, 2023
More

    অগপৰ সদস্য ২টি সন্তানৰ পিতৃ বুধিন বৰুৱাই পলুৱাই নিলে ২টি সন্তানৰ মাতৃক

    বুধিন বৰুৱাৰ পত্নীয়ে দল'হাট আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ

    অগপৰ এগৰাকী জনপ্ৰতিনিধিৰ আজৱ প্ৰেম। নিজে ২ সন্তানৰ পিতৃ হৈয়ো পলুৱাই নিলে এগৰাকী ২টি সন্তানৰ মাতৃক। এই ঘটনা সংঘটিত হৈছে লখিমপুৰৰ নাওবৈছাৰ ফুলবাৰীত। সেই বিশিষ্ট ব্যক্তিগৰাকী হৈছে ফুলবাৰী আঞ্চলিক পঞ্চায়তৰ অগপৰ সদস্য বুধিন বৰুৱা।

    পৰকীয়া প্ৰেমক লৈ এতিয়া উত্তাল নাওবৈচা। এই কাণ্ড সংঘটিত কৰাক লৈ দুই শতাধিক ৰাইজে ঘেৰাও কৰে ঘৰ। ৰাইজৰ দাবী যদিহে গাঁৱত প্ৰৱেশ কৰে তেন্তে ৰাইজে ল’ব উচিত সিদ্ধান্ত। ইতিমধ্যে বুধিন বৰুৱাৰ পত্নীয়ে দল’হাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

    Photo Credit: Hassinur Alom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং