14.5 C
Guwahati
Wednesday, January 26, 2022
More

    BREAKING: ২১ আগষ্টত বিজেপিত যোগদান কৰিব জ্যেষ্ঠ অগপ নেত্ৰী ৰেখাৰাণী দাস বড়োয়ে

    আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ চৰকাৰৰ সময়ৰ মন্ত্ৰীগৰাকীয়ে যোগ দিব বিজেপিত।

    আৰ্কষণ বাঢ়িছে বিজেপি দলৰ প্ৰতি সেইবাবে কেইবাগৰাকীও নেতা ঢাপলি মেলিছে বিজেপিলৈ। ভুবনেশ্বৰ কলিতা, প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছী কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ পিছত এইবাৰ বিজেপি যোগ দিবলৈ সাজু হৈছে অগপ নেত্ৰী ৰেখাৰাণী দাস বড়ো।

    ২১ আগষ্টত আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ চৰকাৰৰ সময়ৰ মন্ত্ৰীগৰাকীয়ে যোগ দিব বিজেপিত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং