25 C
Guwahati
Thursday, October 21, 2021
More

    অমিত শ্বাহৰ সৈতে মিলিত হোৱাৰ পিছতেই CAB সম্পৰ্কত ওলোটা খৰ অগপৰ!

    আনহাতে পিয়াঁজৰ মূল্য সম্পৰ্কত কেৱল অসমতেই নহয় সৰ্ব ভাৰতীয় পৰ্যায়ত মূল্য বৃদ্ধি হোৱা বুলি দায় সৰা মন্তব্য ফণী ভূষণ চৌধুৰীৰ

    জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসম গণ পৰিষদৰ ওলোটা খৰ। দিল্লীৰ পৰা উভতি আহি দেওবাৰে দুপৰীয়া বৰঝাৰ বিমানবন্দৰত অগপ নেতা কমলা কলিতা আৰু ফণী ভূষণ চৌধুৰীয়ে বিজেপিৰ সমৰ্থনত মন্তব্য কৰিলে। কেবে অসমৰ সমাজ জীৱনত পৰিৱৰ্তন আনিব, কংগ্ৰেছে অসমীয়া জাতি ধ্বংস কৰিলে। বিধেয়কখন সদনত উত্থাপন হলে চালি জাৰি চাইহে সিদ্ধান্ত ল’ব বুলি জানিবলৈ দিলে অগপ নেতা কমলা কলিতাই।

    Video: Time8

    আনহাতে পিয়াঁজৰ মূল্য সম্পৰ্কত কেৱল অসমতেই নহয় সৰ্ব ভাৰতীয় পৰ্যায়ত মূল্য বৃদ্ধি হোৱা বুলি দায় সৰা মন্তব্য কৰিলে ফণী ভূষণ চৌধুৰীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হোৱাৰ পিছত অগপৰ কেব সম্পৰ্কত স্থিতি সলনি হোৱাৰ স্পষ্ট ইংগিত পোৱা গ’ল এই দুই অগপ নেতাৰ ভাষ্যত।

    Video: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং