20 C
Guwahati
Friday, January 28, 2022
More

    ছিকিমত অকলশৰীয়া হ’ল ২৫ বছৰৰ মুখ্যমন্ত্ৰী পৱন চামলিং

    বিগত দুদিনত দল ত্যাগ SDFৰ সকলো বিধায়কৰ। দলত এতিয়া বিধায়ক ৰলগৈ কেৱল চামলিং। আজি দুজন SDF বিধায়কে যোগদান কৰিলে SKM দলত। যোগ দিলে জি টি ধুংগেল আৰু ই এম প্ৰসাদ শৰ্মাই।

    মঙলবাৰে বিজেপিত যোগদান কৰিছিল ১০ গৰাকী  SDF বিধায়কে। বিজেপি নেতা ৰাম মাধৱৰ উপস্থিতিত গেৰুৱা দলটোত যোগদান কৰিছিল SDFৰ বিধায়কসকলে।

    মুঠ ১৫ গৰাকী বিধায়কৰ ভিতৰত পৱন চামলিঙৰ বাদে আটাইকেইগৰাকীয়ে যোগ দিলে গেৰুৱা দলটোত।

    Sikkim | Edited by: Dulu Medhi | First Published: Aug 14, 2019

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং