25 C
Guwahati
Thursday, October 6, 2022
More

    ৰহাৰ পিছত এইবাৰ ডবকাত আৰম্ভ টোলগেট নিৰ্মাণৰ কাম

    তীব্ৰগতিত চলিছে ডবকাত টোলগেট নিৰ্মাণৰ প্ৰস্তুতি

    ৰহাৰ টোলগেটকলৈ তীব্ৰ প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে ডবকাতো আৰম্ভ হৈছে টোলগেট নিৰ্মাণৰ কাম৷ ডবকাৰ ৩৬ নং চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ গতিত চলিছে টোলগেটৰ কাম৷ ডবকাত টোলগেট স্থাপনকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত৷

    কোনো পধ্যেই টোলগেট আৰম্ভ কৰিবলৈ নিদিয়াৰ হুংকাৰ স্থানীয় ৰাইজৰ৷ প্ৰথমে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পুৰ্ণ কৰি ইয়াৰ আসোৱাহসমূহ দুৰ কৰাৰ দাবী ৰাইজৰ৷

    Photo Credit: Sohidul Alam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং