25 C
Guwahati
Tuesday, November 22, 2022
More

    অখিল গগৈৰ পিছত এইবাৰ স্বাস্থ্যৰ অৱনতি ধৈৰ্য্য কোঁৱৰৰ, GMCHত ভৰ্তি

    ডেংগু পৰীক্ষা কৰা হয় ধৈৰ্য্য কোঁৱৰৰ

    কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰক গুৱাহাটী মেডিকেল হাস্পতালত ভৰ্তি কৰা হৈছে। অখিল গগৈৰ পিছতে শাৰীৰিক অসুস্থতাৰ বাবে এইবাৰ ধৈৰ্য্য হাস্পতালত।

    গেষ্ট্ৰিক, লিভাৰ, প্ৰচণ্ড মূৰৰ বিষ জনিত সমস্যাত দীৰ্ঘদিনৰ পৰা ভুগি আছিল কৃষক নেতাগৰাকী। স্বাস্থ্যৰ অৱনতিৰ বাবে আজি নেতাগৰাকীৰ x-ray আৰু তেজ পৰীক্ষা কৰা হয়। লগতে ডেংগু পৰীক্ষাও কৰা হয় ধৈৰ্য্য কোঁৱৰৰ। অৱশ্য শনিবাৰেহে আহিব সকলো পৰীক্ষা নিৰিক্ষাৰ ৰিপ’ৰ্ট।

    Photo Credit: @mrigankamohandutta

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং