27 C
Guwahati
Wednesday, September 28, 2022
More

    Breaking: যোৰহাটত ‘কা’ বাতিলৰ দাবীত উকিল সন্থাৰ তীব্ৰ প্ৰতিবাদ

    উকীল সন্থাৰ প্ৰতিবাদত বহু সময় ধৰি বন্ধ থাকে যোৰহাটৰ বৰুৱা চাৰিআলিৰ সমীপৰ এ.টি ৰোড

    যোৰহাটত আইনৰ বিৰুদ্ধে আইনজীৱী। যোৰহাট উকিল সন্থাৰ তীব্ৰ প্ৰতিবাদ। ‘কা’ বাতিলৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ। বাৰ লাইব্ৰেৰীৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ।

    ৰাজপথলৈ ওলাই আহি ‘কা’ বাতিলৰ দাবীৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে যোৰহাটৰ অধিবক্তাসকলে। বহু সময় ধৰি বন্ধ কৰি দিয়ে যোৰহাটৰ বৰুৱা চাৰিআলিৰ সমীপৰ এ.টি ৰোড।

    Input & Photo: Rituraj Phukan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং