33 C
Guwahati
Thursday, September 22, 2022
More

    সৰুসজাইত মুখ্যমন্ত্ৰী যুৱ সমাৰোহ কাৰ্যসূচীত অভিনেতা বিবেক অবেৰয়

    মুখ্যমন্ত্ৰী যুৱ সমাৰোহৰ এই অনুষ্ঠানত অংশগ্ৰহণ প্ৰায় ১১০খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

    সৰুসজাইত মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহ কাৰ্যসূচী। তিনিদিনীয়া এই কাৰ্যসূচীৰ আজি অন্তিম দিন। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিছিল এই অনুষ্ঠানখনৰ। আজিৰ এই সামৰণি অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ লগতে উপস্থিত আছে বলীউডৰ অভিনেতা বিবেক অবেৰয়।

    অনুষ্ঠানখনৰ লগত সংগতি ৰাখি অভিনেতা বিবেক অবেৰয়ে কয়, অসমৰ ছোৱালী হেনো বহুত ধুনীয়া। লগতে সফলতাৰ কাৰণে মন বোৰ যোগাত্মক হ’ব লাগে বুলিও দোহাৰে অভিনেতাগৰাকীয়ে। ভাষণৰ শেষত অভিনেতা বিবেক অবেৰয়ে ইয়াকো কয় যে, ভাৰতত এটা বস্তু বেছি পোৱা যায় সেইটো হ’ল উপদেশ।

    মুখ্যমন্ত্ৰী যুৱ সমাৰোহৰ এই অনুষ্ঠানত অংশগ্ৰহণ প্ৰায় ১১০খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ।

    Photo : Dhruba Borah

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং