32 C
Guwahati
Friday, September 30, 2022
More

    কৰিমগঞ্জত পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

    দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনক ৰখাবলৈ চেষ্টা কৰা হৈছিল যদিও ঘটনাস্থলীৰ পলায়ন বাহনসহ চালকৰ

    কৰিমগঞ্জ চহৰৰ সমীপত বাইপাচত পথ দুৰ্ঘটনা। দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী। দুৰ্ঘটনাটোৰ পিছতে স্থানীয় ৰাইজে পথ অৱৰোধ কৰি উত্তাল কৰি তোলে দুৰ্ঘটনাস্থলী।

    দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনক ৰখাবলৈ চেষ্টা কৰা হৈছিল যদিও ঘটনাস্থলীৰ পলায়ন বাহনসহ চালকৰ। নিহত বাইক আৰোহীজন পাথাৰকান্দিৰ।

    Photo credit: millenniumpost.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং