26 C
Guwahati
Sunday, September 25, 2022
More

    ডিমৌৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ পথ দুৰ্ঘটনা, টাটা টিগৰ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

    দুৰ্ঘটনাটোত আহত যাত্ৰীসকলক ততালিকে চিকিত্সালয়লৈ প্ৰেৰণ কৰে

    পুনৰ ডিমৌত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ স্থান ডিমৌ ৰাজমাইত। টাটা টিগৰ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত টাটা টিগৰ বাহনখন বাগৰি পৰে ৰাষ্ট্রীয় ঘাইপথটোৰ দাঁতিত। দুৰ্ঘটনাটোত আহত যাত্ৰীসকলক ততালিকে চিকিত্সালয়লৈ প্ৰেৰণ কৰে।

    দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনক ৰখাবলৈ নিৰ্দেশ দিয়া আৰক্ষীকো চোচৰাই বহু দূৰ লৈ যায় ট্ৰাকৰ চালকে। কথমপি প্ৰাণৰক্ষা আৰক্ষীজনৰ। ডিমৌ আৰক্ষীয়ে তৎপৰতাৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকসহ আটক কৰে চালকক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং