30 C
Guwahati
Wednesday, October 27, 2021
More

    লখিমপুৰত ৰণজিৎ দাসক ক’লা পতাকা প্ৰদৰ্শন

    ডিব্ৰুগড়ৰ পৰা লখিমপুৰলৈ আহি থকাৰ সময়ত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী প্ৰতিবাদৰ সন্মুখীন হয়

    লখিমপুৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসক ক’লা পতাকা প্ৰদৰ্শন। ডিব্ৰুগড়ৰ পৰা লখিমপুৰলৈ আহি থকাৰ সময়ত লখিমপুৰ নগৰৰ সমীপৰ চৰাইমৰীয়াত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক আছুকৰ্মীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

    পূৰ্বে আছুকৰ্মীৰ ক’লা পতাকাৰ সন্মুখীন হ’লে ৰণজিৎ দাসে দেখুৱাইছিল গামোচা। পিছে এইবাৰ সেয়া নকৰি তীব্ৰ গতিত গুচি গ’ল দাসৰ কনভয়। আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লখিমপুৰ আৱৰ্ত ভৱনত উপস্থিত হয় সভাপতি গৰাকী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং