28 C
Guwahati
Thursday, October 28, 2021
More

    আছুৰ ভয়ত সভাতেই উপস্থিত নহ’ল এগৰাকী বিধায়ক; কোন এই বিধায়ক?

    দেৰগাঁৱত অনুষ্ঠিত হোৱা অগপৰ আঞ্চলিকৰ সভাৰ বাহিৰত আছু কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী

    দেৰগাঁৱত অনুষ্ঠিত হোৱা অগপৰ আঞ্চলিকৰ সভাৰ বাহিৰত আছু কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদৰ ধ্বনিৰে উত্তাল কৰি তোলে অঞ্চলটো। সভাত দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী উপস্থিত হোৱাৰ কথা আছিল যদিও উপস্থিত নহ’ল বিধায়কগৰাকী।

    Photo: Time8

    বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীক পলৰীয়া আখ্যা দেৰগাঁও আছুৰ। বিধায়কগৰাকীৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীসকলে। দেৰগাঁও-গোলাঘাট সংযোগী পথ অৱৰোধ কৰিলে আছুৱে। ইফালে অগপৰ এই সভাত কেবৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিছে বুলি সাংবাদমাধ্যমৰ আগত মন্তব্য কৰিছে অগপৰ দেৰগাঁও আঞ্চলিক সভাপতি ভোলা হাজৰিকাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং