মহানগৰীৰ দীঘলীপুখুৰী পাৰৰ পৰা সমুজ্জ্বল ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈসহ বহুকেইজন প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে। লতাশিল খেলপথাৰৰ পৰা উপায়ুক্তৰ কাৰ্যালয় দিশে আহি থকাৰ সময়তে আটক কৰে প্ৰতিবাদকাৰীসকলক। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আজি আছুৰ আহ্বানত লতাশিলত হৈছিল গণ সংগ্ৰাম।
সকলোকে একেলগে ওলাই আহিবলৈ আহ্বান জনায় আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই।