22 C
Guwahati
Sunday, December 5, 2021
More

    হিমন্ত বিশ্ব শৰ্মাৰ শাৰীৰিক অসুস্থতা সম্পৰ্কত কুমন্তব্য কৰি গ্ৰেপ্তাৰ এজন ছাত্ৰনেতা

    এই কুমন্তব্য কৰাৰ পিছতে পষ্টটো ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত।

    স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাৰীৰিক অসুস্থতা সম্পৰ্কত ছচিয়েল মিডিয়া যোগে কুমন্তব্য কৰিছিল এজন ছাত্ৰনেতাই।

    কটূ মন্তব্য কৰিছিল বিহালীৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ২৩ বৰ্ষীয় অনিল বনিয়াই।

    এই কুমন্তব্য কৰাৰ পিছতে পষ্টটো ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। তাৰ পিছতে অনিল বনিয়া নামৰ ছাত্ৰ নেতাজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

    শোণিতপুৰৰ বিহালীৰ ৰাংচালি স্থিত ঘৰৰ পৰা গ্ৰেপ্তাৰ ছাত্ৰনেতা অনিল বনিয়াক।

    ছাত্ৰনেতাগৰাকীয়ে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে বিৰূপ মন্তব্য কৰিছিল স্বাস্থ্যমন্ত্ৰীৰ বিৰুদ্ধে।

    Photo Credit:

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং