25 C
Guwahati
Wednesday, October 20, 2021
More

    Breaking: কামপুৰত ফাকু খেলি কপিলী নদীত গা ধুবলৈ গৈ ছাত্ৰীৰ সলিল সমাধি

    কামপুৰ ছোৱালী হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী জানমণি

    কামপুৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। ফাকুৱাৰ আনন্দৰ মাজতে কামপুৰত অঘটন। ফাকু খেলি কপিলী নদীত গা ধুবলৈ গৈ ছাত্ৰীৰ মৃত্যু। কামপুৰ চৰাইহাগী গাঁৱত এই ঘটনা।

    ছাত্ৰীগৰাকীৰ নাম জানমণি দাস।কামপুৰ ছোৱালী হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী জানমণি। জানমণি দাসৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং