15 C
Guwahati
Tuesday, January 25, 2022
More

    মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ ফেৰী

    ৰাসৰ সময়ত এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতো জল পৰিবহণ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অনুৰূপ ঘটনা সংঘটিত হয়

    আজি পুৱা প্ৰায় ৮.১৫ বজাত কমলাবাৰী ঘাটৰ পৰা নিমাতিলৈ যাত্ৰা কৰা এম ভি পেনেল নামৰ ফেৰীখন ব্ৰহ্মপুত্ৰৰ মাজত হঠাতে আৱদ্ধ হৈ পৰে৷ আকস্মিক ঘটনাটোত যাত্ৰীৰ মাজত হাহাকাৰ লাগে৷

    Photo Credit: Time8

    ৪খন গাড়ীসহ শতাধিক দুচকীয়া বাহন আছিল ফেৰীখনত৷ ৰাসৰ সময়ত এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতো জল পৰিবহণ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অনুৰূপ ঘটনা সংঘটিত হয়৷

    to Credit: Time8

    যাত্ৰী তথা মাজুলীবাসীয়ে মাজুলীৰ প্ৰতিখন জাহাজ অথবা ফেৰীত ‘দীৰ্ঘ নিৰ্ণয় যন্ত্ৰ’ স্থাপন কৰিবলৈ দাবী জনাই আহিছে যদিও জল পৰিবহণ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে জনসাধাৰণ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং