27 C
Guwahati
Wednesday, October 13, 2021
More

    ঘন কুঁৱলীৰ বাবে ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ ফেৰী;যাত্ৰীৰ মাজত হাহাকাৰ

    ফেৰী সমূহত দীৰ্ঘ নিৰ্ণয় যন্ত্ৰ নথকাৰ বাবে সঘনে হাৰাশাস্তি ভূগিব লগাত পৰে সাধাৰণ জনসাধাৰণ। অনাকাংক্ষিত ঘটনাত যাত্ৰীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে

    মাজুলী অফলামুখৰ পৰা নিমাতি ঘাটলৈ অহাৰ যাত্ৰাপথত ঘন কুঁৱলীৰ বাবে ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ হ’ল এখন যাত্ৰীবাহী ফেৰী। ঘন কুঁৱলীৰ জাল ফালি ফেৰীখন আগুৱাই নিব পৰা নাই ফেৰীচালকে।

    ফেৰী সমূহত দীৰ্ঘ নিৰ্ণয় যন্ত্ৰ নথকাৰ বাবে সঘনে হাৰাশাস্তি ভূগিব লগাত পৰে সাধাৰণ জনসাধাৰণ। অনাকাংক্ষিত ঘটনাত যাত্ৰীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। ইমান সমস্যা উদ্ভৱ হোৱাৰ পাছতো গুৰুত্ব নাই মাজুলী জিলা প্ৰশাসন তথা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং