27 C
Guwahati
Wednesday, October 13, 2021
More

    বান্দৰ খেদিবলৈ নিৰ্মাণ এবিধ যন্ত্ৰ; যন্ত্ৰৰ ভয়ত পলাব বান্দৰ

    আমিনুদ্দিন আহমেদ নামৰ এই লোকজনে যান্ত্ৰটো নিৰ্মাণ কৰোতে প্ৰায় ৪ লাখ টকা ব্যয় হোৱাৰ কথা জনাই Time8ক

    বান্দৰৰ উপদ্ৰৱত আপুনিও অতিষ্ঠ হৈছে নেকি? তেন্তে এতিয়া আৰু চিন্তাৰ কাৰণ নাই, কাৰণ দেৰগাঁৱৰ এজন লোকে সাজি উলিয়াইছে এবিধ যন্ত্ৰ। এই যন্ত্ৰৰে মুহূৰ্ততে খেদিব পাৰিব শ শ বান্দৰ।

    এই অসাধাৰণ যন্ত্ৰটো নিৰ্মাণ কৰি উলিয়াইছে অসমৰে এজন লোকে ।দেৰগাঁৱৰ বাসিন্দা এই লোক জন । আমিনুদ্দিন আহমেদ নামৰ এই লোকজনে যান্ত্ৰটো নিৰ্মাণ কৰোতে প্ৰায় ৪ লাখ টকা ব্যয় হোৱাৰ কথা জনাই Time8ক । এতিয়া দেৰগাঁৱৰ মিছামৰাত সফলতাৰে চলিছে যন্ত্ৰৰ পৰীক্ষা-নিৰীক্ষা ।

    video Credit: Time8

    বন বিভাগৰ সহযোগত কৰা হয় এই পৰীক্ষা । বান্দৰৰ সন্ত্ৰাসত ভোগা অঞ্চলবাসী এতিয়া এই যন্ত্ৰটো দেখি খুৱেই আনন্দিত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং