21 C
Guwahati
Sunday, January 29, 2023
More

    ডবকাত ৰহস্যজনক অৱস্থাত এখন বিলাসী বাহন

    গাড়ীখনৰ নম্বৰ AS02H4977।

    ডবকাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বিলাসী বাহন৷ ডবকা শ্মশানৰ সন্মুখত উদ্ধাৰ গাড়ীখন৷ গাড়ীখনৰ নম্বৰ AS02H4977।

    দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ তিনিটাকৈ চকা ফুটা৷বাহনখনৰ আটাইকেইটা এয়াৰবেগ বাহিৰত ওলোৱা৷কাষতে নাই কোনো দুৰ্ঘটনাৰ চিহ্ন৷

    নাই কোনো আহত যাত্ৰী৷ গাড়ীখনে সৃষ্টি কৰিছে ৰহস্য৷ আৰক্ষীৰ তদন্ত আৰম্ভ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং