ডবকাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বিলাসী বাহন৷ ডবকা শ্মশানৰ সন্মুখত উদ্ধাৰ গাড়ীখন৷ গাড়ীখনৰ নম্বৰ AS02H4977।
দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ তিনিটাকৈ চকা ফুটা৷বাহনখনৰ আটাইকেইটা এয়াৰবেগ বাহিৰত ওলোৱা৷কাষতে নাই কোনো দুৰ্ঘটনাৰ চিহ্ন৷
নাই কোনো আহত যাত্ৰী৷ গাড়ীখনে সৃষ্টি কৰিছে ৰহস্য৷ আৰক্ষীৰ তদন্ত আৰম্ভ৷