29 C
Guwahati
Thursday, October 21, 2021
More

    ডিব্ৰুগড়ৰ যুৱকৰ আত্মহত্যা বঙাইগাঁৱৰ হোটেলত

    মৃত্যুৰ পূৰ্বে ছ'চিয়েল মিডিয়াত আত্মহত্যাৰ ভাবুকিও দিছিল যুৱকজনে

    বঙাইগাঁৱৰ শিবালী হোটেলত উদ্ধাৰ হৈছে ডিব্ৰুগড়ৰ যুৱকৰ মৃতদেহ৷ হোটেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ প্ৰসেণজিৎ শৰ্মা নামৰ যুৱক জন৷

    পেচাত মেডিকেল ৰিপ্ৰেজেনটেটিভ হিচাপে কাম কৰিছিল যুৱকজনে। মানসিক চাপৰ বাবে হোটেলৰ কোঠাৰ বাথৰুমৰ ভিতৰত চিপ লৈ অত্মহত্যাৰ সন্দেহ৷

    মৃত্যুৰ পূৰ্বে ছ’চিয়েল মিডিয়াত আত্মহত্যাৰ ভাবুকিও দিছিল যুৱকজনে৷ পিছে যুৱক জনক কোনো লোকে হত্যা কৰি ওলোমাই থৈ যোৱা বুলি পৰিয়ালৰ লোকৰ অভিযোগ৷

    Photo Credit: Prasanta Ray

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং