30 C
Guwahati
Saturday, August 6, 2022
More

    Breaking: নগাঁৱৰ নৰত্তম গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

    দুৰ্ঘটনাটোত আহত এন এফ ৰে'লৱে তিনিচুকীয়াৰ এজন চালকসহ এজন বিষয়া

    লকডাউনৰ মাজতে নগাঁৱৰ নৰত্তম গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। AS O6 Y 8966 বলেৰ’ আৰু AS 02 E 1893 নম্বৰৰ ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাটোত আহত এন এফ ৰে’লৱে তিনিচুকীয়াৰ এজন চালকসহ এজন বিষয়া। আহত চালকজনৰ নাম কীৰ্তি দেৱনাথ আৰু বিষয়াজনৰ নাম লক্ষণ বৰ্মন।

    তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা পথতে সংঘিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনাটো। আহত দুয়োজনকে ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰি থানালৈ লৈ যায়। ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰসহ চালক।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং