19 C
Guwahati
Monday, February 6, 2023
More

    লখিমপুৰত নদীত উপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

    অনুসন্ধানত মৃত ব্যক্তিজন চাপৰি গাঁৱৰ নিপেন শইকীয়া বুলি জানিব পৰা গৈছে

    লখিমপুৰৰ গৰিয়াজান নদীত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। গৰিয়াজান নদীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰতক্ষ কৰে স্থানীয় লোকে।

    অনুসন্ধানত মৃত ব্যক্তিজন চাপৰি গাঁৱৰ নিপেন শইকীয়া বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়াও পোহৰলৈ অহা নাই শইকীয়াৰ মৃত্যুৰ কাৰণ।

    Photo: @hassinuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং