লখিমপুৰৰ গৰিয়াজান নদীত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। গৰিয়াজান নদীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰতক্ষ কৰে স্থানীয় লোকে।
অনুসন্ধানত মৃত ব্যক্তিজন চাপৰি গাঁৱৰ নিপেন শইকীয়া বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়াও পোহৰলৈ অহা নাই শইকীয়াৰ মৃত্যুৰ কাৰণ।
Photo: @hassinuralom