25.4 C
Guwahati
Thursday, October 14, 2021
More

    যোৰাবাটত জ্বলি ভস্মীভূত ৪চকীয়া বাহন

    বাহনখনৰ নম্বৰ AS 01 AW 8321

    যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভস্মীভূত এখন ৪চকীয়া বাহন। তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন। যান্ত্ৰিক বিজুতিৰ বাবে অগ্নিসংযোগ হয় বাহনখনত।

    যোৰাবাট যান বাহন আৰক্ষীয়ে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰে যদি সম্পূৰ্ণৰূপে জ্বলি যায় বাহনখন। বাহনখনৰ নম্বৰ AS 01 AW 8321।

    Input & Photo: Mousam Baishya

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং