15 C
Guwahati
Saturday, January 22, 2022
More

    লক ডাউনৰ মাজতে নৈত মাছ ধৰিবলৈ গৈ কামপুৰত যুৱকৰ মৃত্যু

    নৈত মাছ ধৰিবলৈ গৈ যুৱকজন সন্ধানহীন হৈছিল

    লক ডাউনৰ মাজতে কামপুৰত অঘটন। হাৰিয়া নৈত মাছ ধৰিবলৈ গৈ এজন যুৱকৰ সলিল সমাধি ঘটে। কামপুৰৰ হাৰিয়া নৈৰ গৰুমৰা ডুবিত এই ঘটিছে এই শোকাৱহ ঘটনা। নৈত মাছ ধৰিবলৈ গৈ যুৱকজন সন্ধানহীন হৈছিল।

    পিছত স্থানীয় লোকে নদীৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে যুৱকজনক। মৃত যুৱকজন কামপুৰ দৰঙীয়াল গাঁৱৰ প্ৰশান্ত নাথ(পাপু) বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উদ্ধাৰকাৰী দল পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উঠিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং