23.4 C
Guwahati
Wednesday, October 20, 2021
More

    ব্ৰয়লাৰ মাংসত ভাইৰাছ! ফেচবুকত যুৱকৰ অভিযোগ

    ব্ৰয়লাৰ মাংসৰ চাহিদা কমা নাই বৰং বাঢ়িছেহে৷ শুকুৰবাৰে ফেচবুকত এজন যুৱকে কৰা পোষ্টে সকলোকে ভবাই তুলিছে, সঁচাকৈয়ে ব্ৰয়লাৰ মাংসই আমাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে নেকি! ৰতন গগৈ নামৰ যুৱকজনে ফেচবুকৰ পোষ্টটোত ব্ৰয়লাৰ মাংসৰ প্ৰতি তুলিছে অভিযোগ

    ব্ৰয়লাৰ মাংস খাই বেয়া পোৱা মানুহ হয়তো খুব কমেই ওলাব৷ অসমৰ প্ৰায়বোৰ অঞ্চলতে ব্ৰয়লাৰ মাংসই এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। বহুতো শিক্ষিত নিবনুৱা যুৱকে চৰকাৰী সাহায্য লাভ কৰি ব্ৰয়লাৰ কুকুৰাৰ পাম খুলি হৈছে স্বাৱলম্বী ৷ ব্ৰয়লাৰ মাংস কিমান স্বাস্থ্যসন্মত সেই সম্পৰ্কেও কিন্তু মাজে সময়ে প্ৰশ্ন উত্থাপিত হয় ৷

    তথাপিও কিন্তু ব্ৰয়লাৰ মাংসৰ চাহিদা কমা নাই বৰং বাঢ়িছেহে৷ শুকুৰবাৰে ফেচবুকত এজন যুৱকে কৰা পোষ্টে সকলোকে ভবাই তুলিছে, সঁচাকৈয়ে ব্ৰয়লাৰ মাংসই আমাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে নেকি! ৰতন গগৈ নামৰ যুৱকজনে ফেচবুকৰ পোষ্টটোত ব্ৰয়লাৰ মাংসৰ প্ৰতি তুলিছে অভিযোগ-

    Photo Credit : Facebook

    এই পোষ্টটো সম্প্ৰতি বিভিন্নজনৰ আলোচনাৰ বিষয় হৈ পৰিছে। ভবাই তুলিছে ব্ৰয়লাৰ মাংস খোৱাতো সঁচাই ক্ষতিকাৰক নেকি?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং