29 C
Guwahati
Wednesday, October 13, 2021
More

    Breaking: ৰকিবুল হুছেইনৰ সমষ্টিত একেলগে ৯জন নেতাৰ পদত্যাগ

    ৪জন মণ্ডল আৰু সাধাৰণ সম্পাদকসহ ৯ গৰাকী নেতাৰ পদত্যাগ

    ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিত সংখ্যালঘু নেতাৰ গৰাখহনীয়া। ৪জন মণ্ডল আৰু সাধাৰণ সম্পাদকসহ ৯ গৰাকী নেতাৰ একেলগে পদত্যাগ। ভূৰবন্ধা আৰু লাওখোৱা মণ্ডল কংগ্ৰেছত জোৱাৰ উঠিছে পদত্যাগৰ।

    পদত্যাগ কৰা নেতাসকল ক্ৰমে উপ-সভাপতি আমিনুল হক খান, সাধাৰণ সম্পাদক ছাইফ উদ্দিন আহমেদ, আব্দুল কাদিৰ, সাধাৰণ সম্পাদক আবুজাৰ আহমেদ, উপ-সভাপতি হাছেন আলী, কাৰ্যকৰী সদস্য নুৰুল আমিন আৰু সাধাৰণ সম্পাদক নুৰ ইছলাম।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং