23 C
Guwahati
Sunday, February 5, 2023
More

    দৰঙত আত্মগোপন কৰি থকা মহাৰাষ্ট্ৰৰ ৯ জন জামাতী সদস্যক উদ্ধাৰ

    দিল্লী নিজামুদ্দিনত অংশ লোৱাৰ পিছত মুম্বাই, কলকাতা হৈ দৰঙলৈ আহিছিল দলটো

    দৰঙৰ খাৰুপেটীয়াৰ কামাৰপাৰা গাঁৱত ৯ জন জামাতী সদস্যক উদ্ধাৰ৷ ২৪ মাৰ্চৰ পৰা আত্মগোপন কৰি আছিল মহাৰাষ্ট্ৰৰ পৰা অহা জামাতীৰ দলটোৱে৷ দিল্লী নিজামুদ্দিনত অংশ লোৱাৰ পিছত মুম্বাই, কলকাতা হৈ দৰঙলৈ আহিছিল দলটো ৷

    খাৰুপেটীয়া আৰক্ষী চক্ৰ বিষয়াৰ নেতৃত্বত লোক কেইজনক আজি উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে৷ লোক কেইজনক গাঁওখনৰ ইয়াকুব আলীৰ ঘৰত আছুতীয়াকৈ ৰখা হৈছে৷ উদ্ধাৰ হোৱা জামাতী কেইজন হল দানেছ আলী, কফিল আলী, ছমছেৰ আলী, জায়েদ আলী, আজমল মুজাফিৰ, হাবিবুল্লা, আক্ৰাম, ছায়েব আলী।

    Photo: Time8

    Published:

    4 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং