19 C
Guwahati
Tuesday, December 7, 2021
More

    পূৰ্ণ প্ৰস্তুতিৰে কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন

    গোলাঘাটৰ এগৰাকী শিল্পী হিমেন দাসৰ পৰশত প্ৰাণ পাই উঠিছে এই আকৰ্ষণীয় তোৰণ

    কাইলৈৰ পৰা আৰম্ভ হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন। ইয়াকে লৈ উদুলি মুদুলি পৰিৱেশ গোলাঘাট মুহুৰামুখৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰ। অধিৱেশনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মূল তোৰণ।গোলাঘাটৰ এগৰাকী শিল্পী হিমেন দাসৰ পৰশত প্ৰাণ পাই উঠিছে এই আকৰ্ষণীয় তোৰণখন।

    শিল্পী হিমেন দাসে ইয়াৰ পূৰ্বেও অসমৰ বিভিন্ন প্ৰান্তত শংকৰদেৱ সংঘৰ তোৰণ নিৰ্মাণ কৰি গোলাঘাটৰ লগতে অসমলৈ এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনহাতে অধিবেশনৰ প্ৰায় সমূহ বিভাগৰ কাম কাজ সম্পূর্ণ হৈ পৰিছে। যেন দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হ’ব অধিৱেশন স্থলী।

    Photo Credit: @rajibkarmakar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং