26 C
Guwahati
Thursday, October 6, 2022
More

    মেঘালয়ত ৬জনৰ দেহত কৰ’ণা, আজি মৃত্যু হোৱা লোকজনৰে পৰিয়ালৰ সদস্য কেউজন

    ৪৮ ঘণ্টাৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে শ্বিলং আৰু নংপোত

    মেঘালয়ত আৰু ৬জন লোকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি। কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজনৰ পৰিয়ালৰে সদস্য আৰু সহযোগী আটাইকেইজন।

    মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাই নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে সদৰি কৰিছে এই কথা। উল্লেখ্য যে, আজি কৰ’ণাত আক্ৰান্ত এজন ব্যক্তিৰ মৃত্যু হৈছিল। কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজন এজন জ্যেষ্ঠ চিকিৎসক। ৪৮ ঘণ্টাৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে শ্বিলং আৰু নংপোত।

    Photo Credit: npr.org

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং