25 C
Guwahati
Thursday, October 6, 2022
More

    কৰ’ণাতংক: নলবাৰীৰ ৫১ গৰাকীক সৰুসজাইৰ আইছ’লেছনলৈ প্ৰেৰণ

    শ্বহীদ মুকুন্দ কাকতি চিভিল হাস্পতালৰ পৰা সৰুসজাইলৈ স্থানান্তৰ

    কৰ’ণা আক্ৰান্তৰ সংস্পৰ্শলৈ অহা নলবাৰীৰ ৫১জনক গুৱাহাটীলৈ স্থানান্তৰ। গুৱাহাটীৰ সৰুসজাইত নিৰ্মাণ কৰা বিশেষ আইছ’লেছনলৈ ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে আটাইকেইজনকে।

    শ্বহীদ মুকুন্দ কাকতি চিভিল হাস্পতালৰ পৰা সৰুসজাইলৈ স্থানান্তৰ। নিশা কেইবাখনো এম্বুলেঞ্চৰ সহায়ত লোককেইজনক স্থানান্তৰ কৰা হয়। নিজামুদ্দিনলৈ যোৱা আশ্বাদ আলীৰ সংস্পৰ্শলৈ আহিছিল লোকসকল। উল্লেখ্য যে নলবাৰীৰ আশ্বাদ আলীৰ দেহত ইতিমধ্যে ধৰা পৰিছে কৰ’ণা ভাইৰাছ।

    Photo Credit:

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং