33 C
Guwahati
Thursday, September 29, 2022
More

    ব্ৰহ্মপুত্ৰত সাঁতুৰিবলৈ গৈ সন্ধানহীন ৪ কিশোৰ, উদ্ধাৰ অভিযান অব্যাহত

    সন্ধানহীন ৪জন কিশোৰৰ নাম ক্ৰমে ছৈদুল হুছেইন, ছানীদুল হুছেইন, নাছিৰ আলী আৰু নাজিৰুল আলী।

    মহানগৰীৰ ৰামছিং চাপৰিত সাঁতুৰিবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন ৪জন কিশোৰৰ। প্ৰায় ১৪ বছৰীয়া ১২জন কিশোৰে সাঁতুৰিবলৈ গৈছিল ব্ৰহ্মপুত্ৰত। স্থানীয় লোকে জনোৱা অনুসৰি ১২জন কিশোৰৰ ভিতৰত ৪জন কিশোৰ পানীত পৰি সন্ধানহীন হয়। আটাইকেইজন কিশোৰ নিজৰাপাৰৰ বাসিন্দা।

    SDRF, নদী আৰক্ষী আৰু নুনমাটি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। সন্ধানহীন ৪জন কিশোৰৰ নাম ক্ৰমে ছৈদুল হুছেইন, ছানীদুল হুছেইন, নাছিৰ আলী আৰু নাজিৰুল আলী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং